১৯১৬ চনৰ ষ্টেনফৰ্ড-বিনে বুদ্ধিমত্তা পৰীক্ষাঃ মানদণ্ড, গঠন আৰু মনোবৈজ্ঞানিক গুৰুত্ব

 আমেৰিকাৰ টেনফ' র্ড বিশ্ববিদ্যালয়ৰ প্রসিদ্ধ মনোবিদ এল-এম. টাৰমেনে (L.M.Termon) আমেৰিকাত ব্যৱহাৰ উপযোগী হোৱাৈ বিনে-চাইমন। কাঠী বা স্কেলৰ এক নতুন সংস্কৰণ প্রস্তুত কৰে।

১৯১৬ চনৰ ষ্টেনফৰ্ড-বিনে বুদ্ধিমত্তা পৰীক্ষাঃ মানদণ্ড, গঠন আৰু মনোবৈজ্ঞানিক গুৰুত্ব

এই সংস্কৰণক সেয়ে বিনে-চাইমন স্কেলন হেলস্টট সংস্কৰণ কোলা হয়। এই সংস্কৰণ প্ৰস্তুত কৰিবৰ বাবে টাৰমেনে তেওঁৰ সহযোগী মেৰিল মেকনেমাৰ ইত্যাদিৰ লগত বিশেষ সহযোগীতাৰে  কাম কৰিছিল। 1916 চনৰ সংশোধণত 1911 চনৰ  বিনে চাইমন অভীক্ষাৰ যথেষ্ট পৰিৱৰ্তন আৰু  নতুন সংযোগ কৰা হৈছিল। এই সংস্কৰণত মুঠতে 90টা প্রশ্ন আছে । ইয়াৰে  54 টা 1911 চনৰ বিনে-চাইমন কাঠীৰ পৰা লোৱা 15 টা বিনেৰ আগৰ অভীক্ষাৰ পৰা,  4 টা আমেৰিকাৰ অন্যান্য অভীক্ষাৰ পৰা লোৱা আৰু ২৭ টা প্রশ্নপদ নতুনকৈ তৈয়াৰ কৰি যোগ দিয়া হয় ।

টাৰমেন আৰু তেওঁৰ সহযোগীসকলে প্ৰায় 2300 জন ব্যক্তিৰ ওপৰত এই অভীক্ষা কেইবাবছৰো ধৰি প্রয়োগ কৰিছিল । ইয়াৰ ভিতৰত 1700 জন সাধাৰণ বুদ্ধিৰ শিশু আছিল, 200 জন তীক্ষ্ণ বৃদ্ধিৰ আৰু নিম্নমান বিশিষ্ট ল'ৰা-ছোৱালী আৰু 400 জন প্রাপ্তবয়স্ক লোক আছিল। অৱশ্যে কালিফর্ণিয়াত এই সংস্কৰণ 1000 জন শিশুৰ ওপৰত প্রয়োগ কৰাৰ পাছতহে 14 বছৰ বয়সৰ তলৰ শিশুৰ বাবে প্রকাশ কৰা প্রশ্নপদসমূহে সংশোধণ ঘটোৱা হৈছিল।   ষ্টেনফৰ্ডৰ সংস্কৰণত ও বছৰ বয়সৰ পৰা 14 বছৰ বয়সলৈকে প্রশ্ন আছে যদিও 11 বছৰ বয়সত বাবে ইয়াত কোনো প্রশ্ন নাই।  তদুপৰি এই সংস্কৰণত সাধাৰণ প্রাপ্তবয়স্ক আৰু উচ্চ মানত প্রাপ্তবয়স্ক লোকসকলৰ বুদ্ধি পৰিমাপণ পৰিবৰ বাবেও প্রশ্নপদ প্রস্তুত কৰি সন্নিবিষ্ট কৰা হৈছে। এই সংস্কৰণত  3 বছৰৰ পৰা 10 বছৰ লৈকে প্রতিটো স্তৰতে 6 টা প্রশ্ন আছে।


গতিকে প্রতিটো প্ৰশ্ন কৃতিত্বৰ মান দুমাহকৈ ইয়াত 11 বছৰ বয়সৰ বাবে প্রশ্ন নহি । 12 বছৰ বয়সৰ বাবে 8 টা প্রশ্ন  আছে। গতিকে এই 8 টা প্রশ্নৰ কৃতিত্বৰ মান হ'ব তিনিমাহকৈ । 13 বছৰ বয়সৰ বাবে কোনো প্রশ্ন নাই । 14 বছৰ বয়সৰ বাবে 6 টা প্রশ্ন আছে। গতিকে প্রতিটো প্রশ্নৰে কৃতিত্বৰ  মান 4 মাহ" কৈ॥


ষ্টেনফৰ্ডৰ সংস্কৰণত প্ৰতিটো স্তৰতে প্রশ্নবিলাকক নম্বৰ দি সজোৱা হৈছিল । ইয়াৰ কিছুমান স্তৰত নম্বৰ দিয়া প্রশ্নৰ শেষৰ ফালে AL লিখি দুই এটা প্রশ্ন যোগ দিয়া হৈছে । AL মানে Alternative  নিৰীক্ষকে কোনো এটা নম্বৰ উপযুক্ত যেন নেদেখিলে তাৰ ঠাইত এই বিকল্প প্রশ্নবিলাক ব্যৱহাৰ কৰিব পাৰে, ষ্টেনফৰ্ড সংস্কৰণৰ প্রশ্নবিলাক তলত দিয়া ধৰণৰ




                              তিনি বছৰ বয়সৰ


(ⅰ) নিজৰ শৰীৰৰ অংশ দেখুওৱা।


(ii) সাধাৰণতে দেখি থকা পৰিচিত বস্তুৰ  নাম কোৱা।

(iii) চিত্রত থকা বস্তুৰ নাম কোৱা।


(iv) নিজৰ লিঙ্গ হোৱা ।


(v) নিজৰ নামৰ শেষ অংশটো কোৱা।


(vi)  5 টাৰ পৰা 7 টা পদাংশ শুনি  পুনৰাবৃত্তি কৰা।


AL তিনিটা সংখ্যা শুনি পুনৰাবৃত্তি কৰা ।




                           চাৰি বছৰ বয়সৰ


(i)সৰলৰেখাৰ দৈর্ঘ্য তুলনা কৰা।


(ii) জ্যামিতিক বিভিন্ন আকৃতিৰ চিত্রৰ মাজত পার্থক্য জনা।


(iii) চাৰিটা মুদ্রা গননা কৰা।


(iv) এটা বর্গ ক্ষেত্ৰ চাই চাই অংকণ কৰা।


(v) সমস্যামূলক পৰিষ্টিতৰ উপলব্ধি কৰা আৰু তাক সমাধান কৰা।


(vi) চাৰিটা সংখ্যা শুনি তাক পুনৰাবৃত্তি কৰা।


(vii) চাৰিটা  সংখ্যা শুনি তাক পুনৰাবৃত্তি কৰা A.L. 12 বা 13 টা পদাংশ পুনৰাবৃত্তি কৰা।

পাঁচ বছৰ বয়সৰ




(i) বিভিন্ন ওজন তুলনা কৰা ।


(iⅰ) চিনাকী ৰঙৰ নাম কোৱা।


(iii) যোৰ-যোৰকৈ অকাঁ মুখৰ   ছবিৰ পৰা ধুনীযা মুখখন বাছি উলিওৱা।


(iv) সাধাৰণ কিছুমান শব্দৰ সংজ্ঞা দিয়া, যেনে; ব্যৱহাৰ পাতি ভাল ইত্যাদি।


(v)পৃথকে ত্ৰিভুজ সঁজা ।


(vi) তিনিটা বয়স কোৱা।


 (vii) A.L. নিজৰ  বয়স কোৱা ।




                                  ছয় বছৰ বয়সৰ


(1) সোঁফাল আৰু বাওঁফাল চিনি পোৱা।


(ii) ছবিৰ  বাদ পৰি থকা অংশ ক'ব পৰা।


(ii) তেৰটা মুদ্রা গণনা কৰিব পৰা।


(iii) সমস্যামূলকে পৰিস্থিতি বীজ পোৱা আৰু তাক সমাধান কৰা ।


(iv)মুদ্রা চিনি পোৱা 




(V) 16 ৰ পৰা 1৪ টা পদাংশ শুনি পুণৰাবৃত্তি কৰা।


A.L. পুৱা  আৰু  আবেলিৰ পার্থক্য বুজি পোৱা।


                                


                                সাত বছৰ বয়সৰ


(ⅰ) প্রতিখন হাতৰ 'আৰু দুখন হাতৰ মুঠ আঙুলিৰ সংখ্যা জনা।


(ⅱ) চিত্রৰ বর্ণনা কৰা।


(ⅲ) পাঁচটা সংখ্যা শুনাৰ পিছত পুণৰাবৃত্তি কৰা।


(iv)নেক-টাইল গাঁঠি বন্ধা।


(v)যুৰীয়া বস্তুৰ মাজৰ পার্থক্য কব পৰা ।


(vi) তাচপাতৰ ৰোহিতনৰ ডাইমণ্ডৰ  আকৃতিটো চাই চাই অঁকা।


A.L.(1) সপ্তাহৰ বাৰকেইটা ক্রম অনুসৰি কব পৰা।


A.L(2) তিনিটা সংখ্যা শুনি ওলোটাকৈ কোৱা।


                                    আঠ বছৰ বয়সৰ


(i)এখন পথাৰত হেৰুৱা বস্তু এটা  বিচাৰিবৰ বাবে যাব পৰা পথটো আৰ্হি প্ৰস্তুত কৰা  ।

(ii) 20  পৰা 1 লৈকে সংখ্যা কেইটা ওলোটাকৈ পঢ়া।


(iii) সমস্যামূলক পৰিস্থিতি বুজি পোৱা আৰু আম  সমাধান কৰা।


(iv) দুটা বস্তুৰ মাজৰ সাদৃশ্য বাছি উলিওৱা ।


(v) সাধাৰণতে ব্যবহাৰ কৰা বস্তুতকৈ ওপৰিঞ্চিত বস্তুৰ  সংজ্ঞা দিয়া ।


(vi) নির্দিষ্ট এখন শব্দৰ তালিকাৰ পৰা ২০ টা শব্দৰ  সংজ্ঞা দিয়া।


A.L(1) 6 টা মুদ্রাৰ চিনাক্ত কৰা ।


A.L(2) চুটি চুটি বাক্যৰ  শ্ৰুতলিপি লিখা।


                                    

                                  

                              









                                     ন- বছৰ বয়স


(ⅰ) তাৰিখ, বাৰৰ নাম, মাহৰ নাম, বছৰ আদি জনা।

(ii) 3,6,9,12 আৰু  15 গ্ৰাম ওজনৰ পার্থক্য ধৰিব পৰা ।


(iii) কম টকাৰ ভঙনীয়া  মুদ্রা জনা।


(iv) চাৰিটা অংকৰ সংখ্যা গুনাৰ পাছত ওলোটাকৈ কোৱা।


(v) নির্দিষ্ট তিনিটা শব্দ ব্যৱহাৰ কৰি এটা বাক্য সজাঁ।


(না) তিনিটা শব্দৰ লগত সুৰ (ধ্বনি) মিল হোৱাকৈ শব্দ লিখা।


A.L(1) বছৰৰ মাহকেইটাৰ নাম কোৱা।


A.L.(2)কেইটামান এক চেন্ট আৰু কেইটামান দুই চেন্ট মূল্যৰ 'ডাক টিকটৰ  দুই চেন্ট মূল্যৰ ডাক টিকটৰ মূল্য নিৰ্নয় কৰা।


                                





     দহ বছৰ বছৰ



(ⅰ) এখন নির্দিষ্ট শব্দৰ তালিকাৰ পৰা 30 টা শব্দৰ সংজ্ঞা দিয়া।


(ii) কোনো উক্তিৰ অপ্রাসংগিকতা আৰু যুক্তিহীনতা ধৰিব পৰা ।


(iii) মনত পেলাই দুটা চিত্র পুণৰ অংকন কৰা।

(iv) এটা চুটি পাঠ পঢ়া আৰু তাৰ বিষয়বস্তু মনত পেলাই কোৱা।


(v) সমস্যামূলক পৰিস্থিতি বুজি পোৱা আৰু তাক সমাধান কৰা ।


(vi) মুক্ত অনুসংগৰ দ্বাৰা 60 টন শব্দ কোৱা ।


A.L(1) 6 টা অংকৰ সংখ্যা এবাৰ শুনি পুনৰাবৃত্তি কৰা।


A.L.(2)আয়তাকাৰৰ টুকুৰাবোৰ ফৰ্মবৰ্ডত ঠিকমতে সজোৱা।


A.L (3) ২০ ৰ পৰা ২২ টা পদাংশ শুনি তাক পুনৰাবৃত্তি কৰা।







                                   বাৰ বছৰ বয়সৰ


(ⅰ) নিৰ্দিষ্ট  শাব্দিক তালিকাৰ পৰা 40 টা  সংজ্ঞা দিয়া।


(iⅰ) বিমূৰ্ত্ত ' শব্দৰ সংজ্ঞা দিয়া।


(ⅰii) এখন পথাৰত হেৰোৱা এটা বস্তু প্ৰণালীবদ্ধ ভাৱে  বিচাৰ ওলিয়াব পৰাকৈ এটা পথৰ আৰ্হি তৈয়াৰ কৰা ।


(iv) খেলি মেলিকৈ থকা বিভিন্ন শব্দ লগ লগাই এটা  অর্থপূর্ণ বাক্য সজাঁ ।


(v) গল্পৰ (সাধুকথাৰ) তাৎপর্য বাখ্যা কোৱা।


(vi)পাঁচটা অংকৰ  সংখ্যা শুনাৰ পিছত ওলোটাকৈ পুনৰাবৃত্তি কৰা ।


(vii) চিত্র চাই তাৎপর্য ব্যাখ্যা কৰা ।


(viii) তিনিটা বস্তুৰ মাজৰ সাদৃশ্য বিচাৰি উলিওঁ‍‍ৱা ।










                                      চৈধ্য বছৰ বয়সৰ



(ⅰ) নির্দিষ্ট শাব্দিক তালিকাৰ পৰা 10 টা শব্দৰ সংজ্ঞা দিয়া ।


(ii) কাগজ ভাজ কৰা অভীক্ষাত নিৰ্হিত হৈ থকা এটা  নিয়ম বা সুত্র উদ্ভাৱণ কৰা।


(ii) ৰজা আৰু ৰাষ্ট্রপতিৰ মাজৰ পার্থক্যবোৰ কোৱা ।


(iii) বিভিন্ন তথ্য বিবেচনা কৰি এটা সিদ্ধান্তত উপনীত হোৱা ।


(iv)  পাটিগণিতৰ যুক্তিমূলক সমস্যাৰ  সমাধান কৰা ।


(v) মনতে ঘড়ীৰ কাঁটাৰ  স্নান সাল-সলনি কৰি কেইটা বাজিছে কোৱা ।


A.L. সাতটা অংকৰ সংখ্যা শুনি তাক পুনৰাবৃত্তি কৰা।


                    


                        সাধাৰণ প্ৰাপ্তবয়স্ক


(ⅰ) নির্দিষ্ট শাব্দিক তালিকাৰ পৰা 65 টা শব্দতে সংজ্ঞা দিয়া।


(i) গল্পৰ তাৎপর্য্য ব্যাখ্যা কৰা।


(ii) বিমূৰ্ত শব্দৰ মাজৰ পার্থক্য কোৱা।


(iv) বাহিৰৰ শব্দটো চাই ভিতৰত সোমাই বাকচৰ  সংখ্যাৰ  সমস্যা সমাধান কৰা।


(v)6 টা অংকৰ সংখ্যা শুনি পুনৰাবৃত্তি  কৰা।


(vi) সাংকেতিক চিহ্ন বুজি পোৱা আৰু ব্যৱহাৰ কৰিব জনা।


A.L.1. 28 টা পদাংশ শুনি পুনৰাবৃত্তি কৰা।

A.L.2.ভৌতিক সম্বদ্ধ যুক্ত সমস্যা  বুজি পো‍ৱা ।


উচ্চ পর্যায়ব প্রাপ্তবয়স্কৰ ~


(i) নির্দিষ্ট শাব্দিক তালিকাৰ পৰা 75 টা শব্দৰ সংজ্ঞা দিয়া।


(ii) কল্পনাৰে  ভাজ দিয়া আৰু কটা এখন কাগজৰ আকৃতি অকাঁ।



(iii) আঠটা সংখ্যা শুনি পুনৰাবৃত্তি कৰা ।


(iv) এটা পাঠ  শুনাৰ পাছত তাৰ মূলভাৱ কোৱা। 

(v)সাতটা সংখা শুনাৰ  পিছত ওলোটাকৈ পুনৰাবৃত্তি কৰা।







বৈধতা:-


1916 চনত ষ্টেনফোর্ড সংস্কৰণত টাৰ-মেনে প্ৰথম 1.Q সহায়ত মানদণ্ড প্ৰস্তুত  কৰি বৃদ্ধিৰ শ্রেণী বিভাজন কৰে। 1916 চনত টাৰমেনে 1.Q ৰ  দ্বাৰা প্রস্তুত কৰা মানদণ্ডৰ সবিশেষ তলত   ডাঙি ধৰা হ'ল


          IQ

শিশু(ব্যক্তিৰ)মানদণ্ড

140 ৰ ওপৰত

অসাধাৰণ বৃদ্ধি

120-140 লৈ

অতি উচ্চ বৃদ্ধিসম্পন্ন

110-120 লৈ

উচ্চ মেধা বৃদ্ধি সম্পন্ন

90-110 লৈ

সাধাৰণ বৃদ্ধি সম্পন্ন

80-90 লৈ

ক্ষীণ বুদ্ধি সম্পন্ন

70-80 লৈ

দূৰ্বল মনা

50-70 লৈ

জড়,বৃদ্ধি,অকামিলা

25-50 লৈ

মূৰ্খ-নিৰ্বোদ

20 বা 25 তলৰ

জধা,মূৰ্খ,অকঁৰা


অৱশ্যে এই সংস্কৰণত টাৰমেনে বয়সৰ ভিত্তিত   অভীক্ষার্থীসকলক তিনিটা ভাগত ভগোৱা হৈছিল। 1.Q,90ৰ তলৰ ব্যক্তিসকলক প্ৰথম শ্ৰেণীত, 90-109 ৰ ভিতৰৰ ব্যক্তিসকলক দ্বিতীয় শ্ৰেণীত আৰু  1.Q 110 ৰ  ওপৰৰ  ব্যক্তিসকলক তৃতীয় শ্ৰেনীত অন্তর্ভুক্ত কৰা হৈছিল। ইয়াত প্ৰতিটো প্রশ্নপদকেই পৰীক্ষা কৰা হৈছিল। যাতে নিম্ন বুদ্ধ্যাংকতকৈ  বেছি সংখ্যাক উচ্চ  বৃদ্ধ্যাংকৰ ব্যক্তিয়ে পৰীক্ষাত উত্তীর্ণ হব পাৰে ।


নিৰ্ভৰযোগ্যতা-


টাৰমেনৰ ষ্টেনফৰ্ডৰ  সংস্কৰণৰ পৰীক্ষামালাৰ নিৰ্ভৰযোগ্যতা  দিশতো তেওঁ আৰু তেওঁক সহযোগীসকলৰ  কোনো সন্দেহ নাছিল। এই অভীক্ষা নতুন নতুন ক্ষেত্ৰত প্রয়োগ কৰি  নিজস্ব সহ-সম্বন্ধ পদ্ধতিৰ দাশ ইয়ান নির্ভৰযোগ্যতা নির্ণয় কীৰবলৈ যত্ন কৰিছিল এনে প্রয়োগৰ ফলত সহ-সম্বন্ধৰ মান 80-95  লৈকে পোৱা গৈছিল যিটো আছিল অতি উচ্চ । গতিকে, এই অভীক্ষাৰ নির্ভৰযোগ্যতা দাবী কৰিব পাৰি।


* 1916 চনৰ বিনেট-সহিমন স্কেলৰ ষ্টেনফৰ্ড সংস্কৰণৰ উদ্দেশ্য আছিল


মূল উদ্দেশ্য:- ফ্রান্সত বিকশিত বিলেট-

সাইমন বুদ্ধিমত্তা পৰীক্ষাক আমেৰিকাৰ পৰিস্থিতি  আৰু সংস্কৃতিৰ সৈতে সঙ্গতিপূর্ণ কৰি বুদ্ধিমত্তা সঠিকভাৱে মাপিবলৈ উপযোগী  কৰা।


বিশেষ উদ্দেশ্যসমূহ:-


1.. আমেৰিকাৰ ছাত্র-ছাত্রী আৰু শিশুসকলৰ মানসিক বয়স আৰু আসল বয়স তুলনা কৰি বুদ্ধি মত্তাৰ স্তৰ নিৰ্ধাৰণ কৰা।


2..বিদ্যালয়ত শিকিব নোৱাৰা বা পিছ পৰি থকা শিশুসকলক চিনাক্ত কৰা।

3.শিক্ষামূলক প্ৰকাশন পৰিকল্পনা, নির্বাচন আৰু পৰ‍ামর্শ দানৰ ক্ষেত্রত মনোবিজ্ঞানিক সহায় প্রদান কৰা।


4. বুদ্ধিমত্তা মাপৰ এক মানদণ্ডিত আৰু বৈজ্ঞানিক পৰীক্ষা প্রনয়ণ কৰা।


5. 19 (Intelligence quatient) গননাৰ ধাৰণা (19 = Mental Age: Chronological Age x100) প্রৱর্তন কৰা।


1916 চনৰ ষ্টেনফর্ড সংস্কৰণৰ মুখ্য উদ্দেশ্য আছিল -

   বিনেট চাইমন বুদ্ধিমত্তা পৰীক্ষাক আমেৰিকাৰ সমাজৰ উপযোগী কৰি শিশুৰ , শিল্পৰ  মানসিক সক্ষমণ বৈজ্ঞানিকভাৱে  মাপীবলৈ মানদণ্ডিত প্রনালী প্রদান কৰা।"

1916 চলৰ বিনেট সহিমন স্কেলৰ সংস্কৰণৰ গুৰুত্বসমুহ -


1916 চনক বিনটে-চাইমন ষ্টেনফৰ্ড সংস্কৰণৰ গুৰত্ব অত্যন্ত বেছি, কাৰণ ই আধুনিক বুদ্ধিমত্তা পৰীক্ষাৰ  ভিত্তি স্থাপন  কৰিছিল।


মূল গুৰুত্বসমূহ:-


1. বুদ্ধিমত্তা পৰীক্ষাৰ মানদণ্ড স্থাপনঃ-


লুইজ টার্মানে বিলেট-চাইমন স্কেলক আমেৰিকাৰ সংস্কৃতিৰ উপযোগীকাৰ  মানদণ্ডিত কৰিছিল। ই প্রথম বাৰৰ বাবে এক বিশ্বস্ত  1 Q পৰীক্ষা ৰূপে স্বীকৃতি পেলায়।


2.0 ধাৰণাৰ প্ৰৱৰ্তন " 18 = (mental Age chronalogical Age) × 100" ধাৰণাটো ব্যৱহৃত হয়, যিটো আধুনিক বুদ্ধিমত্তা মাপৰ মূল সুত্র হৈ পৰে।


৪. শিক্ষাগত ব্যৱহাৰঃ- বিদ্যালয়ত পিছ পৰি থকা বা অতি মেধাবী শিশুসকলক চিনাক্ত কৰিবলৈ ই

শিক্ষক আৰু মনোবিজ্ঞানীক সহায় কৰিছিল ।


4. বৈজ্ঞানিক আৰু মনোবৈজ্ঞানিক উন্নতিঃ- ই মনোবিজ্ঞানক এক বৈজ্ঞানিক দিশত আগুৱাই নিয়াৰ পথ-প্ৰসস্ত কৰে, য'ত বুদ্ধিমত্তা সংখ্যাগতভাবে মূল্যায়ণ কৰা সম্ভব হয়।


5. আমেৰিকাৰ সমাজত প্রচলনঃ- এই সংস্কৰণ  ফলত আমেৰিকাত IQ  পৰীক্ষা শিক্ষা , সেনাবাহিনী আৰু  কর্মচাৰী  নির্বাচনত ব্যাপকভাৱে ব্যৱহৃত হ'ব আৰম্ভ কৰে।

     1916 চনৰ ষ্টেনফার্ডে সংস্কৰণৰ গুৰুত্ব হৈছে- ই বুদ্ধিমত্তা পৰীক্ষাক বৈজ্ঞানিক, মানদণ্ডিত আৰু প্রয়োগযোগ্য ৰূপ দিছিল আৰু অধুিনিক IQ পৰীক্ষাৰ ভিত্তি জ্ঞাপন কৰিছিল।


1916 চনৰ বিনেট-চঠান স্কেলৰ ষ্টেনফৰ্ড

সংস্কৰণ তথ্যষ উৎস:-

1916 চনৰ পিনেট-চাইমন স্কেলৰ ষ্ট্ৰেনকার্ড সংস্কৰণ সম্পর্কীয় তথ্যৰ প্ৰাধান  উৎসসমূহ হৈছে-


1.0 Lewis M. Terman - The Measurement at Intelli Jence, The standard Revision and Extension at the binet-Simon seale (1916)

1.1 Termana 1916 ৰ মূল গ্রন্থ/ বিষয়ে  প্ৰকাশন Slantard - Binet প্ৰথম VS  ৰিভিশন ।   প্ৰাথমিক বিৱৰণ আৰ্হিসমূহ, নর্মস, আৰু  IQ সূচক গণনা আলোচনা কৰা আছে ।


2. Alfred Binet s the's dare simon-মূল Binet-Simon প্রচলিত সংস্কৰণসমূহ (1905, 1908, 1911)


3.Binet - Simonৰ  মূল নিবন্ধ আৰু  পুথি (মূল-আৰ্হি টেম আৰু পৰীক্ষা বিকাশ) Terman-Standard সংস্কৰণটো এই ফ্রেঞ্চ মডেলৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছিল । মুঠতে 1905-1911 সংস্কৰণসমূহ মূলত প্ৰাথমিক উৎস ।


4. বৃহৎ পর্যালোচশ/ইতিহাস - Slantard-Binet. Slantard - Binet ৰ বিকাশ, সংস্কৰণসমূহ (1916,1937) আৰু ক্ষেত্ৰ বিশেষত ইন্টেলিজেন্স টেষ্টৰ ইতিহাসকৰ পটভূমি।


5. Terman & 1916 প্রকাশনৰ অনুবাদ l intro আৰু  টেষ্টৰ প্রসংগৰ সমালোচনামূলক মন্তব্যসমূহ; ইতিহাস ধ্যয়ণৰ বাবে সহায়ক।


5. NIH বিশ্ববিদ্যালয় ইতিহাস পৃষ্ঠাসমূহ:- উদাহৰণস্বৰূপ NIH History বা বিশ্ববিদ্যালয় লেকচাৰ নোট সমূহে Stanband Binet আৰু ইয়াৰ প্রভার বাখ্যা কৰে।

1916 চনৰ বিনেট- চাইমন স্কেলৰ ষ্টেনফৰ্ডে সংস্কৰণৰ বিশ্লেষণ আৰু আলোচনা


1916 চনৰ বিনেট-চাইমন স্কেলৰ ষ্টেনফর্ড সংস্কৰণ মনোবিজ্ঞানৰ ইতিহাসত এটা মাইলফলক হিচাপে গণ্য कৰা হয়। তলত ইয়াৰ বিষয়ে বিশদ ভাৱে বিশ্লেষণ আৰু আলোচনা দিয়া হল


১. পটভূমি:- বিনেট আৰু চাইচমণে (1905-1911) ফ্রামত প্রথমবুদ্ধিমত্তা পৰীক্ষা প্রস্তুত কৰিছিল কিন্তু সেইটো ফ্রেঞ্চ সংস্কৃতিৰ ভিত্তিত আছিল। লুইছ টাৰ্মানে 1916 চনত সেই পৰীক্ষালৈ আমেৰিকাৰ পৰিস্থিতি, ভাষা আৰু সমাজৰ উপযোগী কৰি Stanford University. ও সংশোধন কৰে।


2. মূল বৈশিষ্ট্য:-


ⅰ) মানদণ্ডিকৰণ:- পৰীক্ষাটো আমেৰিকাৰ বিভিন্ন বয়সৰ শিশুসকলৰ ওপৰত পৰীক্ষা কৰি মানদণ্ড স্থাপন কৰা হ'য়।


ⅱ) IQ ধাৰনাৰ প্ৰৱর্তন- IQ= (Mental Age: Chronalatical Age) x100" সূত্র প্রথমবাৰৰ বাবে প্রয়োগ কৰা হয়।

(iii) পৰীক্ষাৰ গঠন:- পৰীক্ষাত ভাষাগত আৰু কার্যভিত্তিক দুয়ো ধৰনৰ প্রশ্ন আছিল । বয়স অনুযায়ী কার্য নির্ধাৰণ কৰা লৈছিল (3 বছৰৰ পৰা 16 বছৰলৈ)


(iv)প্ৰয়োগক্ষেত্ৰ:- বিদ্যালয়, সেনাবাহিনী, আৰু মানসিক মূল্যায়ণত ব্যাপক ব্যৱহাৰ আৰম্ভ হয়।


৪. ইতিবাচক দিশ:-


(ⅰ) বুদ্ধিমতা মাপৰ এক বৈজ্ঞানিক আৰু মানদণ্ডিত  পদ্ধতি সৃষ্টি কৰিলে।


(ii) শিক্ষামূলকে মনোবিজ্ঞানে এক নতুন দিশ লাভ কৰিলে।


(iii) পিছ পৰি থকা আৰু অতি মেধাবী শিশুসকলক চিনাক্ত কৰাত সহায়ক হল।


(iv) IQৰ ধাৰণা জনপ্রিয় হ'ল আৰু বহু পৰৱৰ্তী পৰীক্ষাৰ ভিতি স্থাপন কৰিলে ।


4. সীমাবদ্ধতা :-


(ⅰ) সংস্কৃতি আৰু ভাষা পক্ষপাত ওপৰত নির্ভশীল আছিল, আন সংস্কৃতিত প্রযোজ্য নাছিল।


(ⅲ) IQ সীমাবদ্ধতা :- বুদ্ধিমত্তা কেৱল  সংখ্যাত মাপিব নোৱাৰি, সৃষ্টিশীলতা, আবেগিক বুদ্ধিমত্তা আদিক উপেক্ষা কৰা হয়।

iii. প্ৰাপ্ত বয়স্কৰ বাবে উপযুক্ত নহয় :- আৰম্ভণিতে মূলত শিশুৰ বাবে ডিজাইন কৰা হৈছিল।

5. সামগ্ৰিক আলোচনা :- 1916 ষ্টেণ্ডফৰ্ড সংস্কৰনে মনোবিজ্ঞানৰ ইতিহাসত এক বৈপ্লৱিক পৰিবৰ্তন আনিছিল। ই IQ পৰীক্ষাক বৈজ্ঞানিক মানদণ্ডত স্থাপন কৰি বুদ্ধিমত্তা অধ্যয়নৰ এক নতুন দিশ প্ৰদৰ্শন কৰে। যদিও পৰবৰ্তী সময়ত একাধিক সংস্কৰনে ইয়াৰ ত্ৰুটি সংশোধন কৰিছে, তথাপিও 1916 চনৰ সংস্কৰণেই আধুনিক বুদ্ধিমত্তা পৰীক্ষাৰ ভিতৰত স্থাপন কৰে।

       1916 চনৰ বিনেট সাইমান স্কেলৰ ষ্টেনফৰ্ড সংস্কৰণ মানসিক ক্ষমতা বা বুদ্ধিমত্তা মাপিবলৈ এক গুৰুত্ব পূৰ্ণ মনোবৈজ্ঞানিক পৰীক্ষা আছিল। এই সংস্কৰণটো " Stanford -Binet Intelligence Scale" নামেৰে জনাজাত । তলত ইয়াৰ মূল্যায়ন সমূহ আলোচনা কৰা হল।

*মূল্যায়ন :-

সুবিধা:- 

i.  বুদ্ধিমত্তা মাপৰ বৈজ্ঞানিক পদ্ধতি প্ৰচলিত কৰে।

ii. শিশু শিক্ষাব্যবস্থাত উপযুক্ত পাঠ্যধাৰা নিৰ্বাচনত সহায় কৰে।

iii. IQ ধাৰণা মনোবিজ্ঞানে বুদ্ধি গৱেষণাত বহুল ব্যৱহাৰ কৰিছে।



অসুবিধা:-

i. সাংস্কৃতিক পক্ষপাত বিদ্যমান - আমেৰিকান মানদণ্ড ফ্ৰান্স বা অন্য দেশৰ শিশুৰ ক্ষেত্ৰত সঠিক ফল নোহোৱাও পাৰে।

ii. সৃজনশীলতা বা সামাজিক বুদ্ধিমত্তা পৰিমাপ নকৰে।

iii. IQ মানে মানুহৰ পূৰ্ণ বুদ্ধি বা ক্ষমতা প্ৰতিফলিত নকৰে।


সামৰণি :- ইয়াৰ 1916 সংস্কৰণে বৈজ্ঞানিক ভাৱে IQ ধাৰণাক প্ৰচলিত কৰে আৰু শিক্ষাগত মনোবিজ্ঞানত এক মহিলা ফলক হিচাপে গণ্য হয়। 1916 চনৰ Stanford Revision of Binet - Simon Scale বুদ্ধিমত্তা পৰিমাপৰ ইতিহাসত এক মহিলাফলক ই IQ ধাৰণাটোকে বৈজ্ঞানিক ৰূপ দিয়ে আৰু আধুনিক মনোবিজ্ঞানে যি "  Intelligence Testing" ধাৰণাটোৰ ব্যৱহাৰ কৰে, তাৰ আধাৰ স্থাপন কৰে।


নতুন তথ্য অসমীয়া




Share:

0 Comments:

Post a Comment

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Contact Form

Name

Email *

Message *

Followers

শনিবৰীয়া নিয়ৰ

শনিবৰীয়া নিয়ৰ
নতুন তথ্য অসমীয়াই মাহৰ প্ৰতিতো শনিবাৰে সাহিত্য সম্ভাৰ প্ৰকাশ কৰা হয়,তাত আপুনি পঢ়িবলৈ পাব গল্প,প্ৰবন্ধ,কবিতা,নীলা খামৰ চিঠি,অণুগল্প ইত্যাদি,সংখ্যাসমুহ পঢ়িবলৈ ফটোখন ক্লিক কৰক॥

আমাৰ প্ৰকাশিত লেখাসমুহ ইয়াত অনুসন্ধান কৰক

New Post Article

Design by - Blogger Templates |

আমাৰ বিষয়ে

নমস্কাৰ আমাৰ "নতুন তথ্য অসমীয়া"লৈ আপোনালোকক স্বাগতম জনাইছো । আমাৰ এই ৱেৱচাইটত বিভিন্ন ধৰণৰ যেনে ◼আন্তঃৰাষ্ট্ৰীয় খবৰ ◼ৰাষ্ট্ৰীয় খবৰ ◼অসম বিশেষ খবৰ ◼চিনেমা বৃত্তান্ত খবৰ ◼ সাহিত্য প্ৰবন্ধীয় লেখা ◼শিক্ষা/ইতিহাস/অৰ্থনীতি/ৰাজনীতি আদি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰো । তাৰোপৰিওঁ শনিবৰীয়া বা অতিথী লেখাৰ শিতানো প্ৰকাশ কৰা হয়।

আকৰ্ষনীয় লেখাসমুহ